শ্রীবল্লভাচাৰ্য্য বিৰচিত মধুৰাষ্টকং/ Sri Sri Vallabhacharya's Madhurastaka अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्। हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥१॥ His Lips are sweet,His divine body as well as His lotus like face ,both are sweet. He has the sweetest pair of eye and smile . His heart has the sweetest attribute and His gait is also sweet.He is the Lord of sweetness and everything about Him is sweet as Him. (1) পৰমেশ্বৰ কৃষ্ণৰ ওষ্ঠভাগ মধুৰ , প্রভুৰ মুখমণ্ডলসহ সৰ্ব্বাংগয়ে মধুৰ ; পদ্মদলসম তেৰাৰ নয়নও মধুৰ ,মুখৰ হাঁহিও অতি মধুৰ । প্রভুৰ হৃদয়ভাগ মধুৰতম , তেওঁৰ চলনো মধুৰ ;মধুৰাধিপতি শ্রীকৃষ্ণ বিষয়ক সকলোৱেই সুমধুৰ । (১) वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्। ...
write-ups about Literature and saints of Vaishnavism