শ্রীবল্লভাচাৰ্য্য বিৰচিত মধুৰাষ্টকং/ Sri Sri Vallabhacharya's Madhurastaka
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥१॥
His Lips are sweet,His divine body as well as His lotus like face ,both are sweet. He has the sweetest pair of eye and smile . His heart has the sweetest attribute and His gait is also sweet.He is the Lord of sweetness and everything about Him is sweet as Him. (1)
পৰমেশ্বৰ কৃষ্ণৰ ওষ্ঠভাগ মধুৰ , প্রভুৰ মুখমণ্ডলসহ সৰ্ব্বাংগয়ে মধুৰ ; পদ্মদলসম তেৰাৰ নয়নও মধুৰ ,মুখৰ হাঁহিও অতি মধুৰ । প্রভুৰ হৃদয়ভাগ মধুৰতম , তেওঁৰ চলনো মধুৰ ;মধুৰাধিপতি শ্রীকৃষ্ণ বিষয়ক সকলোৱেই সুমধুৰ । (১)
वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥२॥
Shri Krishna's words are sweet ,His deeds are sweet ,His attire as well as His posture - both are sweet .His movements are sweet,His roaming (in Vraja) is sweet. Infact , everything in Him is sweet as He is the Lord of sweetness. (2)
শ্রীকৃষ্ণৰ বচনবোৰ মধুৰ,তেওঁৰ চৰিতবোৰো অতি মধুৰ ,তেওঁ পৰিধান কৰা বস্ত্র ,তেওঁৰ ত্রিভংগ মুৰ্ত্তিও মধুৰ ।প্রভুৰ চলন,ভ্রমণ সকলোবিলাকই মধুৰতম । মধুৰাধিপতি কৃষ্ণৰ সকলোৱেই মধুৰ ।
वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥३॥
The flute in His hands,the dust of His lotus feet,His hands,His feet,His dance,His friendship - all are sweet . Krishna,the Lord of sweetness has everything sweet in Him.(3)
মধুৰাধিপতি কৃষ্ণৰ সকলোৱেই মধুৰ ;প্রভুৰ হাতৰ বেণু ,চৰণৰ ৰেণু ,তেওঁৰ হস্ত,পদকমল,লগতে তেওঁৰ নৃত্য,সখিত্ব আদি গুণবোৰ মধুৰ ।
गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥४॥
His songs are sweet,His drinking is sweet, His eating is sweet and His sleeping is sweet ; His handsomeness is sweet and the tilaka on His forehead is sweet , everything about the Lord of sweetness is really sweet (4).
তেওঁৰ গীতসমূহ মধুৰ,তেওঁৰ জল-পান,ভোজন কৰা ,শোৱা -সকলো মধুৰ ।তেওঁৰ সুন্দৰ ৰূপ ,তিলক সকলো মধুৰ । মধুৰাধিপতিৰ লগত জড়িত সকলো কথায়ে মধুৰ ।
करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥५॥
Everything associated with the Lord of sweetness is really sweet ; such as His mischievous acts as a child , His swimming in Yamuna,His butter stealing, His loving acts,His words and His tranquil nature.(5)
মধুৰাধিপতি কৃষ্ণৰ সকলো কাজেই মধুৰ ,যেনে তেওঁৰ শিশুলীলা,যমুনাত সাঁতোৰা,মাখন চুৰি, প্রেম,চাতুৰী বাক্য,শান্ত স্বভাৱ ,সকলোৱেই মধুৰ ।
गुंजा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥६॥
His garlands are sweet, His Gunga berries are sweet ,His Yamuna River and her waves ,both are sweet. The water of Yamnuna is sweet,the lotuses are sweet ; Everything associated with Him is sweet as He is the Lord of sweetness. (6)
তেওঁৰ বনমালা মধুৰ,গুঞ্জও সুমধুৰ ;তেওঁৰ ক্রীড়াক্ষেত্র যমুনা নদী,তাৰ তৰংগ,পানী আৰু তাত পুষ্পিত পদুমবোৰ মধুৰ । মধুৰাধিপতিৰ সৈতে জড়িত সকলোৱেই মধুৰ।
गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥७॥
His Gopis (Maidens of Vrindavan) are sweet,His different pastimes are sweet,His association with Gopis is sweet, His un-attachment is also Sweet . Sweet is to have His vision, sweet are His manners ;.In-fact, everything associated with the Lord of sweetness is sweet . (7)
কৃষ্ণ গোসাইৰ গোপীসকল মধুৰ,তেৰা লীলাসমূহ মধুৰ ;গোপীৰ লগত তেৰাৰ সংগও মধুৰ ,তাৰাসৱৰ বিৰাগত মুক্তস্বৰুপ (অথবা ,মুক্তিদাতা স্বৰূপ) মধুৰ । প্রভুৰ দৰ্শন মধুৰ,তেৰাৰ শিষ্টতা মধুৰ :মধুৰাধিপতিৰ সকলো মধুৰ ।
गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा।
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥८॥
His cowherd friends are sweet,His cows are sweet,His stick is also sweet .Indeed sweet is His creation and sweet is even His destruction (at the end), sweet are His boons .Everything about the Lord of sweetness is actually sweet. (8)
প্রভুৰ গোপবন্ধুসৱ মধুৰ,বৃন্দাবনৰ ধেনুুবোৰো মধুৰ ।হাতত থকা দণ্ডডালো মধুৰ ! শ্রীভগৱন্তৰ সৃজন কলা আৰু কল্পান্তৰত নাশ কৰা ক্রিয়াও মধুৰ,তেৰাৰ কৰ্মফল আৰু বৰদানো মধুৰ । সকলো মধুৰতাৰ মধুৰতম ঈশ্বৰ শ্রীকৃষ্ণৰ সকলো ৰূপ,লীলা,কলা আদি মধুৰ ।
Comments
Post a Comment